কাৰ বিৰুদ্ধে নগাঁৱত ব্যাপক প্ৰতিবাদ।শুকুৰবাৰে নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱাৰ পিছতে তীব্ৰতৰ হৈছে প্ৰতিবাদ।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ক'লা পতাকা লৈ প্ৰতিবাদ।আৰক্ষীয়ে আটক কৰিছে ৪০ জনৰো অধিক লোকক।পুৱাৰে পৰা তেওঁলোকে সাব্যস্ত কৰিছে প্ৰতিবাদ।