- চামগুৰি আৰক্ষীয়ে তেজপুৰত অভিযান চলাই আটক কৰিছিল অভিযুক্ত কেইজনক।
- আৰক্ষীয়ে ইতিমধ্যে সদৰি কৰিছে অভিযুক্ত ৫জনৰ নাম।
- অভিযুক্ত কেইজন ক্ৰমে- নাম হাবিজ ভূঞা, ৰকিবুল ইছলাম
- ৰমজান আলী,ছফিকুল ইছলাম আৰু মইনুল হুছেইন।
- আৰক্ষীয়ে লগতে উদ্ধাৰ কৰিছিল অভিযুক্ত কেইজনে ব্যৱহাৰ কৰা এখন ছুইফট ডিজায়াৰ।
- আন এজন অভিযুক্তক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান।