অসম

নগাঁৱত জালনোট আৰু ড্ৰাগছ সৰবৰাহ কৰা ৬ জন লোকক গ্ৰেপ্তাৰ

asomiyapratidin
  • নগাঁৱত জালনোট আৰু ড্ৰাগছ সৰবৰাহ কৰা ৬ জন লোকক গ্ৰেপ্তাৰ।
  • নগাঁৱৰ ৰুপহীহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে লোককেইজনক।
  • ৪জন লোকক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ।
  • ইফালে জালনোটৰ সৈতে গ্ৰেপ্তাৰ ২জনক।
  • ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ নামসমূহ হৈছে জিয়াবুৰ ৰহমান, জুয়েল আহমেদ, আনছাৰুল হক আৰু ইফতিকাৰ আহমেদ।
  • ইফালে জালনোটৰ সৈতে গ্ৰেপ্তাৰ তাজামুল ইছলাম আৰু জাইবুৰ ইছলামক।