অসম

সন্দেহজনক যুৱকৰ হাতত টকা বনোৱা মেচিন, নগাঁৱৰ এঘাৰ মাইলত চাঞ্চল্য, চাওঁক VIDEO

asomiyapratidin
  • নগাঁৱৰ এঘাৰ মাইলত চাঞ্চল্য।
  • স্থানীয় ৰাইজে আটক কৰে দুই সন্দেহজনক যুৱকক।
  • যুৱক দুজন ক্ৰমে এছ এজিত সিং আৰু এছ বিক্ৰম সিং।
  • দুয়োজন যুৱক মণিপুৰ ইম্ফলৰ বুলি জানিব পৰা গৈছে।
  • ৰাঙলু আৰক্ষীক গতাই দিছে দুই যুৱকক।
  • বৰ্তমান নগাঁও সদৰ থানালৈ যুৱক দুজনক লৈ যোৱা হৈছে।
  • যুৱক দুজনৰ হাতত টকা বনোৱা মেচিনসহ নকল টকা থকাৰ সন্দেহ স্থানীয় লোকৰ।