অসম

আছাম ৰাইফলছৰে সংঘৰ্ষত নাগালেণ্ডত নিহত ৩ উগ্ৰপন্থী

asomiyapratidin
  • নাগালেণ্ডত আছাম ৰাইফলছ আৰু বিদ্ৰোহী সংগঠনৰ মাজত সংঘৰ্ষ।
  • সংঘৰ্ষত নিহত ৩ উগ্ৰপন্থী।
  • মন জিলাৰ ৱাটিং বস্তিত সংঘটিত এই সংঘৰ্ষ।
  • অঞ্চলটোত বৰ্তমানো অব্যাহত আছে গুলীয়াগুলি।
  • অঞ্চলটোত আলফা(স্বাঃ) আৰু এনএছচিএনে বাহৰ পাতি থকাৰ সন্দেহ।