অসম

নগৰবেৰা পাৰঘাটত উত্তাল প্ৰতিবাদ

asomiyapratidin
  • সোমবাৰে দক্ষিণ কামৰূপৰ নগৰবেৰা পাৰঘাটত প্ৰতিবাদ ৰাইজৰ।
  • ভটভটী চলাচলত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী কৰিছে প্ৰতিবাদী ৰাইজে।
  • জলজলী নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰাৰো দাবী প্ৰতিবাদকাৰীৰ।
  • বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদস্থলী।