ডিব্ৰুগড়ৰ বৰ বৰুৱাত ভয়ংকৰ ঘটনা।পত্নী আৰু পুত্ৰক জ্বলাই হত্যা কৰিলে এজন ব্যক্তিয়ে।পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা।অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে তেওঁলোক।পুত্ৰৰ বয়স হৈছে ডেৰ বছৰ।আৰক্ষীয়ে গ্ৰেপ্ৰাৰ কৰিছে অভিযুক্ত হত্যাকাৰী স্বামী ডিম্বেশ্বৰ মূড়া।