অসম

মঙলদৈ পলি ক্লিনিকৰ অন্যতম সঞ্চালক ডাঃ মৃণাল কুমাৰ চৌধুৰীৰ দেহাৱসান…

asomiyapratidin
  • মঙলদৈ পলি ক্লিনিকৰ অন্যতম সঞ্চালক ডাঃ মৃণাল কুমাৰ চৌধুৰী মৃত্যু ঘটিছে ।
  • মঙ্গলবাৰৰ পুৱতি নিশা ৩.৩০ বজাত মুম্বাইত ত মৃত্যু হয় চৌধুৰীৰ ।
  • মঙলদৈৰ চপাইৰ নিবাসী ডাঃ মৃণাল কুমাৰ চৌধুৰী মৃত্যুত শোকৰ ছাঁ পৰে মঙলদৈত।
  • তেওঁ আছিল একেধাৰে বিশিষ্ট কবি, গীতিকাৰ, ঔপন্যাসিক আৰু সমাজপ্ৰিয় ব্যক্তি।