অসম

হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী…

asomiyapratidin
  • বান্দৰদেৱাৰ সমীপৰ হাৰমতী ডুবিত পথ দুৰ্ঘটনা।
  • অচিনাক্ত বাহনৰ খুন্দাত নিহত মটৰচাইকেল আৰোহী।
  • দুৰ্ঘটনাত গুৰতৰভাৱে আহত শিশুসহ আন এজন লোক।
  • নিহত লোকজন হাৰমতী ডুবিৰ অমৃত পৰজা।
  • আহতদ্বয়ক লালুক চিকিৎসালয়লৈ প্রেৰণ।
  • দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাসনসহ চালকৰ।