কেবৰ বিৰোধিতাৰে এইবাৰ ওলাই আহিল বৃদ্ধাশ্ৰমৰ আৱাসী।মাদাৰ অল্ডএজ হোমৰ আৱাসী সকলে সাব্যস্ত কৰিলে প্ৰতিবাদ।হাতজোৰ কৰি প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক জাতিধ্বংসী এনে বিধেয়ক নানিবলৈ আহ্বান।কেব বিৰোধিতাৰ বাবে অনুৰোধ কৰিলে বৃদ্ধাশ্ৰমৰ আৱাসীসকলে।