অধিক অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰিছে ৰাজ্যবাসীয়ে।তাৰ লগতে মাদাৰ বৃদ্ধাবাসৰ আইতাসকলেও কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা।