child death
child death 
অসম

চৰকাৰী ভেকচিন লৈ মৃত্যু এটি কণমানিৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : মৰিয়নিৰ ৰণখামত সংঘটিত হৈছে এক চাঞ্চ্যলকৰ ঘটনা। চৰকাৰী ভেকচিন লোৱাৰ পিছতে এটি শিশুৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে ৰণখামৰ ভেকচিন শিবিৰত ভেকচিন দিয়া হৈছিল শিশুটিক।

ভেকচিন লোৱাৰ পিছতেই অসুস্থ হৈ পৰিছিল শিশুটি। আৰু তাৰ পিছত বাসগৃহত মৃত্যু হয় শিশুটিৰ। চৰকাৰী ভেকচিনৰ পাছত শিশুৰ মৃত্যু হোৱাৰ ঘটনা ৰাজ্যত কেইবাবাৰো সংঘটিত হৈছে।