অসম

মৰিয়নিৰ গাভৰু পৰ্বত বাগিচাত এটা নাহৰফুটুকী বাঘ হত্যা…

asomiyapratidin
  • মৰিয়নিৰ গাভৰু পৰ্বত বাগিচাত এটা নাহৰফুটুকী বাঘ হত্যা।
  • বিহ দি নাহৰফুটুকীটো হত্যা কৰাৰ সন্দেহ কৰিছে বন বিভাগে।
  • চাহ বাগিচাৰ এটা নলাত উদ্ধাৰ নাহৰফুটুকীটোৰ মৃতদেহ।
  • দুষ্কৃতিকাৰীয়ে কাটি নিলে নাহৰফুটুকীৰ দাঁত আৰু নখ।
  • অঞ্চলটোত দীৰ্ঘদিন বিচৰণ কৰিছিল নাহৰফুটুকী বাঘটোৱে।
  • পূৰ্বেও বাগিচাখনত হত্যা কৰা হৈছিল বাঘ ।