মৰিয়নী নগৰত বিধ্বংসী অগ্নিকাণ্ড।নগৰৰ মাজ মজিয়াৰ বিনায়ক হোটেলত সংঘটিত হয় এই অগ্নিকাণ্ড।হোটেলখনৰ ৰান্ধনীশালাৰ পৰা জুইৰ সূত্ৰপাত।স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত কোনোমতে ৰক্ষা পৰে বৃহৎ ব্যৱসায়িক অঞ্চলটো।জুই জাহ গ'ল হোটেলখনৰ এটা অংশ।