মৰিগাওঁৰ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।ভূৰবন্ধাত সংঘটিত হৈছে এই অগ্নিকাণ্ড।ৰমেচ গগৈ নামৰ যুৱ ব্যৱসায়ীজনৰ দোকানত এই অগ্নিকাণ্ডৰ সূত্ৰপাত।অগ্নিত জাহ কেইবা লক্ষাধিক টকাৰ সামগ্রী।