dangor khabar
dangor khabar  
মৰিগাঁও

মৰিগাঁৱত নিশা আৰক্ষীৰ অভিযানঃ ১৭ টা চাইবাৰ অপৰাধী আটক...

Asomiya Pratidin
  • নিশা মৰিগাঁৱৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান।

  • চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলিল এই অভিযান।

  • অভিযানত আটক ১৭ টাকৈ চাইবাৰ অপৰাধীক।

  • বহিঃৰাজ্যৰ ব্যক্তিৰ নামত তেওঁলোকে লৈছিল ঋণ।

  • ব্যৱহাৰ কৰিছিল ভুৱা নথি, পত্ৰ।

  • লাহৰীঘাট, মৈৰাবাৰী অঞ্চলত চলিছিল এই অভিযান।