মৰিগাঁও

বাল্য বিবাহৰ বিৰুদ্ধে মৰিগাঁৱত আৰক্ষীৰ অভিযান, ৪ জন আটক...

Asomiya Pratidin
  • মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে মৰিগাঁও আৰক্ষী।

  • জিলা খনত চলিছে আৰক্ষীৰ তীব্ৰ অভিযান।

  • ৪জনক আটক কৰিছে এই মুহুৰ্তলৈ মৰিগাঁও আৰক্ষীয়ে।

  • ২২৪ জন লোকক ইতিমধ্যে চিনাক্ত কৰিছে।

  • সমগ্ৰ জিলাতে বাল্য বিবাহ কৰা লোকৰ তথ্য বিচাৰিছে আৰক্ষীয়ে।

  • ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে চলিছে অভিযান।