মৰিগাঁও বঘৰা নাঙলকুছিট বুধবাৰে পথ দুৰ্ঘটনা।মৰিগাঁৱৰ পৰা জাগীৰোড অভিমুখী AS01KC8975 নম্বৰ ড্ৰাম্পাৰে মহতিয়ালে AS01DZ9740 নম্বৰৰ মটৰচাইকেল।আহত মটৰ চাইকেল আৰোহী জন মায়ং বুঢ়াবুঢ়ীৰ ৰাব্বাণী।আহত ৰাব্বাণীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ।