মৰিগাঁৱত বন্ধৰ সমৰ্থন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।উপায়ুক্ত ভৱন আৰু আৱৰ্ত ভৱনৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সমৰ্থকৰ।.কটকটীয়া নিৰাপত্তা বেষ্টনীয়েও প্ৰভাৱ পেলাৱ নোৱাৰিলে প্ৰতিবাদত।যিকোনো বাধাৰ সন্মুখীন হ'লেও বন্ধ সফল কৰাৰ হুংকাৰ সমৰ্থনকাৰীৰ।