- মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষীৰ আৰু বড়িবজাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।
- ড্ৰাগছ সহ আটক তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ।
- বড়িবজাৰ তুমুকা বড়িত আৰক্ষীৰ অভিযানত জব্দ কৰে ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰী কেইটাক ।
- এক গোপন খবৰৰ ভিত্তিত মিকিৰভেটা আৰক্ষীয়ে চলাইছিল এই অভিযান।
- আটকাধীন কুখ্যাত এটা ড্ৰাগছ সৰবৰাহকাৰীৰ নাম হাৰুণ ৰছিদ ।
- আন দুটাৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই ।
- ড্ৰাগছ সৰবৰাহকাৰী কেইটাক ড্ৰাগছ সহ মিকিৰভেটা থানা লৈ জয় ।