- ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ১৯জন লোকৰ মৃত্যু।
- মৃত্যু হোৱা লোক কেইজন ক্ৰমে- দীনেশ চন্দ্ৰ হাজৰিকা, গুলকান্ত শৰ্মা, জিয়াছুদ্দিন আহমেদ,
- সৰ্বেশ্বৰ কলিতা, চন্দ্ৰাণী দত্ত, ছাফিক উদ্দিন আহমেদ, নুকুল নাথ,
- অমৰেশ নাথ, অৰুণ কুমাৰ দেৱ, কৃষ্ণা অধিকাৰী, অৰুণা দেৱী,
- বিজু হাজৰিকা, সাদৰী ভট্টাচাৰ্য, ফইদুল আলী, হৰি পাডা দাস,
- গুণকান্ত চাংমাই, লালন সিং, কুৱামাৰ উদ্দিন আৰু ডালিমী দেৱী।
- ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ ৫১১জন লোকে হেৰুৱাইছে প্ৰাণ।