ৰাজ্যত কোৰোনাত আক্ৰান্ত আৰু ৮জন লোকে হেৰুৱালে প্ৰাণ।মৃত্যু হোৱা কেইজন ক্ৰমে ধনেশ্বৰ সিনহা, বিশ্বজিৎ কাৰ, অনিতা বিশ্বাস, বিপুল শইকীয়া, ভোলানাথদাস, ছফিকুদ্দিন লস্কৰ, খগেশ্বৰী দেৱী আৰু মংগল চি ৰায়।অসমত এতিয়া এই ভাইৰাছত আক্ৰান্ত ১৬৯জনৰ মৃত্যু।