- ৰাজ্যত পুনৰ ৭৩৫জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি।
- ইয়াৰে ৪০০জন লোক কেৱল গুৱাহাটী মহানগৰীৰ।
- ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৬,৮০৬জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
- ইফালে, সুস্থ হৈ উঠিছে ১০৮৯৪জনকৈ লোক।
- উল্লেখ্য যে, দেওবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত ৪৬৮জন লোক সুস্থ হৈ উঠিছে।
- ৰাজ্যত এতিয়াও ৫৮৭৩জন লোক চিকিৎসাধীন হৈ আছে।