ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জন লোকৰ মৃত্যু।মৃত্যু হোৱা লোক কেইজন ক্ৰমে- হিমাংশু দে', দেৱব্ৰত চৌধুৰী, ধনেশ্বৰ শৰ্মা, বিশ্বজিৎ ঘোষ, মহেশ বৰুৱা আৰু এম আই হুছেইন।ৰাজ্যত এতিয়ালৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি।