ৰাজ্যত এদিনতে ১০০১জন লোকৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ।ইয়াৰে ৫১৩জন গুৱাহাটী মহানগৰীৰ।ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৭,৮০৭জনলৈ বৃদ্ধি পাইছে।ইয়াৰে সুস্থ হৈ উঠিছে ১১৪১৬জন লোক।ইফালে, চিকিৎসাধীন হৈ আছে ৬৩৪৮জন ৰোগী।