- মৰাণৰ ৭ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ পথ অৱৰোধ কাৰ্যসূচী।
- ড০ হীৰেণ গোঁহাই, অখিল গগৈ, মনজিৎ মহন্তৰ বিৰুদ্ধে তৰা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ।
- লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী প্ৰতিবাদকাৰীৰ।
- ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধৰ কৰি ৰাজনাথ সিং, সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ।