অসম

মৰাণত জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত আমছুৰ প্ৰতিবাদ

asomiyapratidin
  • মৰাণত আমছুৰ তীব্ৰ প্ৰতিবাদ।
  • জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আমছুৰ এই প্ৰতিবাদ।
  • মোদী আৰু সৰ্বানন্দৰ পুৰ্ত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰ।
  • চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ আমছুৰ।