New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/moran-deadbody.jpg)
- মৰাণ জ্যোতিপুৰত এটা ঘৰৰ ভিতৰত ৰহস্যজনক অৱস্থাত পুৰুষৰ উলংগ মৃতদেহ উদ্ধাৰ।
- মৃতদেহটো দ্বিতীয় শ্ৰেণী ঠিকাদাৰ ৰঞ্জিৎ অধ্যাপক(৫৯)ৰ বুলি চিনাক্ত।
- কোনে লোকজনক হত্যা কৰিলে জানিব পৰা হোৱা নাই।
- এইয়া পৰিকল্পিত হত্যাকাণ্ড নে স্বাভাৱিক মৃত্যু তাক লৈ ৰহস্য সৃষ্টি হৈছে।
- মৰাণহাট থানাৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।