অসম

মৈৰাবাৰীৰ জমিউল হুদা মাদ্রাছাত উচ্ছেদ অভিযান জিলা প্ৰশাসনৰ

asomiyapratidin
  • জেহাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ জমিউল হুদা মাদ্রাছা উচ্ছেদ।
  • বৃহস্পতিবাৰে পুৱা চলিল এই উচ্ছেদ।
  • জেহাদীৰ অভিযুক্ত মুফ্টি মুস্তাফাই পৰিচালনা কৰিছিল মাদ্রাছাখনত।
  • ABTৰ ধনেৰে ২০১৮ চনত মাদ্রাছাখন খুলিছিল মুস্তাফাই।
  • মৰিগাঁও প্রশাসনে চলাইছে উচ্ছেদ অভিযান।
  • বিগত ৩ বছৰে বাংলাদেশৰ পৰা ধন অহাৰ অভিযোগ।
  • কেইদিনমান পূৰ্বে জেহাদীৰ লগত সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছিল।