হাইলাকান্দিৰ ধলেশ্বৰী নৈত পৰি সন্ধানহীন কিশোৰী।হাইলাকান্দিৰ ধলাইৰ মলাইগাঁৱত সংঘটিত হৈছে এই ঘটনা।বানপানী চাবলৈ গৈ সন্ধানহীন কিশোৰীগৰাকী।সন্ধানহীন কিশোৰীগৰাকীৰ নাম ৰিতুপৰ্ণা মালাকাৰ।ধলাইৰ আত্মীয়ৰ ঘৰলৈ আহিছিল কৰিমগঞ্জৰ কিশোৰীগৰাকী।