অসম

নলবাৰীত অঘটন! ৰাসত চাওমিন খোৱাৰ পাছতেই অসুস্থ হৈ মৃত্যু কিশোৰীৰ

Asomiya Pratidin
  • নলবাৰীত শোকাৱহ ঘটনা।

  • খাদ্যত বিষক্রিয়া হৈ এগৰাকী কিশোৰীৰ মৃত্যু।

  • মৃত্যু নাজমিন চুলতানা নামৰ কিশোৰীগৰাকীৰ।

  • বুধবাৰে নিশা ৰাসত চাওমিন খাইছিল কিশোৰীগৰাকীয়ে।

  • এখন অস্থায়ী বিপণিত খাইছিল চাওমিন।

  • চাওমিন খোৱাৰ পিছতে অসুস্থ হৈ পৰিছিল কিশোৰীগৰাকী

  • চিকিৎসালয়তে মৃত্যু হয় নাজমিন চুলতানাৰ।