অসম

মাছ মাৰিবলৈ গৈ সলিল সমাধি এজন ছাত্রৰ

asomiyapratidin
  • বাইহাটা চাৰিআলিৰ বেজেৰাত অঘটন।
  • বুধবাৰে সংঘটিত এই ঘটনা।
  • মাছ মাৰিবলৈ গৈ সলিল সমাধি এজন ছাত্রৰ।
  • মৃত ছাত্রজনৰ নাম পিংকু দাস।
  • পিংকু দাস বেজেৰা উচ্চতৰ মাধ্যমিকৰ দশম শ্রেণীৰ ছাত্র