অসম

বিধায়কৰ গালত চৰ! দিল্লীৰ অসম ভৱনৰ কাণ্ডক অস্বীকাৰ মন্ত্ৰী পীয়ুষ হাজৰীকাৰ

asomiyapratidin

দিল্লীৰ অসমত ভৱনত সংঘটিত বিধায়কক শাৰিৰীকভাৱে প্ৰহাৰ কৰাৰ ঘটনা অস্বীকাৰ কৰিছে মন্ত্ৰী পীয়ুষ হাজৰীকাই। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণলৈ প্ৰেৰণ কৰিছে মন্ত্ৰীগৰাকীয়ে এক স্পষ্টীকৰণ। মন্ত্ৰীগৰাকীৰ মতে এই বাতৰি ভিত্তিহীন। এই বাতৰি মনেসজা আখ্যা দিছে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে স্পষ্টীকৰণত লিখিছে-

মন্ত্ৰী পীয়ুষ হাজৰীকাৰ স্পষ্টীকৰণ
মন্ত্ৰী পীয়ুষ হাজৰীকাৰ স্পষ্টীকৰণ