- বৰপেটাৰোড চহৰৰ মাজমজিয়াত নিশা সংঘটিত এক হত্যাকাণ্ড ।
- জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰিলে কনিষ্ঠ ভাতৃক ।
- নিজ বাসগৃহতে কনিষ্ঠ ভাতৃক খুকুৰিৰে আক্রমণ কৰে ।
- থিতাতে নিহত হয় মইনুল হুছেইন(৩০) নামৰ যুৱকজন ।
- জ্যেষ্ঠ ভাতৃ মকবুল হুছেইনক গ্রেপ্তাৰ আৰক্ষীৰ ।
- মাতৃৰ সন্মুখতে উপৰ্যুপৰি আক্রমণ কনিষ্ঠ ভাতৃক ।
- পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত হ'ল হত্যাকাণ্ড ।
- বৰপেটাৰোডৰ কলহভাঙ্গাৰ মানসপাৰাত এই ঘটনা ।