অসম

তেজপুৰত চূড়ান্ত হ’ল কংগ্ৰেছৰ প্ৰাৰ্থী, কোনে পালে টিকট

asomiyapratidin
  • তেজপুৰত চূড়ান্ত হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী।
  • ৰাজ্যৰ প্ৰাক্তন শীৰ্ষ আমোলা এম জি ভি কে ভানুৱে লাভ কৰিছে টিকট।
  • এই সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থীৰ নাম এতিয়াও চূড়ান্ত হোৱা নাই।
  • নগাঁও সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰদ্যুত বৰদলৈয়ে।
  • মঙলদৈত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব ভূৱনেশ্বৰ কলিতা।
  • লখিমপুৰত কংগ্ৰেছ প্ৰাৰ্থী হ'ব অনিল বৰগোহাঁই।