অসম

প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি চৰাইদেউৰ মথুৰাপুৰবাসীৰ ব্যাপক সঁহাৰি…

asomiyapratidin
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান প্ৰতি সমগ্ৰ দেশৰ লগতে মথুৰাপৰবাসীৰ ব্যাপক সঁহাৰি।
  • চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ বাসীয়ে চাকি বন্তি জ্বলাই জনালে প্ৰাৰ্থনা।
  • দেওবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট অফ কৰি প্ৰতি পৰিয়ালে ঘৰৰ দুৱৰাডলিৰ পৰা মম, চাকি আৰু টৰ্চ জ্বলায়।
  • কোৰোনাৰ বিৰুদ্ধে এক মহাশক্তি জাগ্ৰত কৰাৰ উদ্দেশ্যেৰে সকলোৱে ঘৰৰ বাৰান্দাত, বেলকনিত চাকি, মমবাতি,ম'বাইলৰ ফ্লেছ লাইট জ্বলোৱা দেখা গ'ল।