গৰৈমাৰীত বিধ্বংসী অগ্নিকাণ্ড...
গৰৈমাৰীত বিধ্বংসী অগ্নিকাণ্ড... 
অসম

গৰৈমাৰীত বিধ্বংসী অগ্নিকাণ্ড...

Asomiya Pratidin
  • গৰৈমাৰীৰ পাছগুমীত বিধ্বংসী অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডত এজন লোকৰ দুটাকৈ ঘৰ ভস্মীভূত।

  • সৌৰশক্তিচালিত ছ’লাৰৰ বেটাৰী বিস্ফোৰণৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্রপাত।

  • ভস্মীভূত হয় প্রায় ৫ লক্ষাধিক টকাৰ সা-সামগ্রী।

  • স্থানীয় লোকৰ প্রচেষ্টাত জুই নিৰ্বাপন।