অসম

মৰিগাঁৱৰ মণিপুৰটুপ গাঁৱত অগ্নিকাণ্ড…

asomiyapratidin
  • মৰিগাঁৱৰ মণিপুৰটুপ গাঁৱত ভয়াৱহ অগ্নিকাণ্ড।
  • ছফিকুল ইছলাম নামৰ লোকজনৰ ঘৰত এই অগ্নিকাণ্ড।
  • কেঁচা তামোল সিজাই থকা অৱস্থাত অগ্নিকাণ্ডৰ সূত্রপাত।
  • ঘৰটোত মজুত আছিল বৃহৎ পৰিমাণৰ খাৰুৱা তেল।
  • ছফিকুল ইছলাম পেছাত এজন চুপাৰি ব্যৱসায়ী।
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।