অসম

মৰিগাঁও পৌৰপতি যুগেশ তামুলীৰ বাবে বন্ধ মৰিগাঁও পাইকাৰী মাছৰ বজাৰ...

Asomiya Pratidin
  • মৰিগাঁও পৌৰপতি যুগেশ তামুলীৰ বাবে বন্ধ মৰিগাঁও পাইকাৰী মাছৰ বজাৰ।

  • এজন মাছ ব্যৱসায়ীৰ লগত হোৱা কথাৰ বাক্ বিতণ্ডাৰ বাবে নিশা নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি তলা মাৰি বন্ধ কৰি দিয়াৰ অভিযোগ মাছৰ বজাৰখন।

  • মাছৰ বজাৰ বন্ধ কৰি দিয়াৰ বাবে বিপদত পাচঁ শতাধিক মাছ ব্যৱসায়ী।

  • বজাৰ বন্ধ কৰি মৰিগাঁও পৌৰ সভা আৰু সদৰ থানাৰ সন্মুখত অৱস্থান কৰিছে মাছ ব্যৱসায়ী সকলে।

  • বিক্ৰীৰ বাবে অনা বহু মাছ উভতাই নিছে মৎস্য পালক সকলে।