মৰিগাঁও জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল-
মুঠ জিলা পৰিষদৰ সংখ্যা- ১৩
- বিজেপিয়ে লাভ কৰেঃ ৫
- কংগ্ৰেছে লাভ কৰেঃ ৮
পঞ্চায়ত সভাপতি পদৰ মুঠ সংখ্যা- ৮৫
- কংগ্ৰেছে লাভ কৰেঃ ৩৫
- বিজেপিয়ে লাভ কৰেঃ ৩৪
- অগপই লাভ কৰেঃ ৩
- এআইইউডিএফে লাভ কৰেঃ ৪
- অন্যান্য/নিৰ্দলীয়ই লাভ কৰেঃ ৯
আঞ্চলিক পঞ্চায়ত সদস্যৰ মুঠ সংখ্যা- ৮৫
- কংগ্ৰেছে লাভ কৰেঃ ৩৯
- বিজেপিয়ে লাভ কৰেঃ ৩১
- অগপই লাভ কৰেঃ ৩
- এ আই ইউ ডি এফে লাভ কৰেঃ ৬
- অন্যান্য/নিৰ্দলীয়ই লাভ কৰেঃ ৬
গাঁও পঞ্চায়ত সদস্যৰ মুঠ সংখ্যা- ৮২৫
- কংগ্ৰেছে লাভ কৰেঃ ৩২৩
- বিজেপিয়ে লাভ কৰেঃ ২৯৪
- অগপই লাভ কৰেঃ ৬০
- এআইইউডিএফে লাভ কৰেঃ ৪২
- অন্যান্য/নিৰ্দলীয়ই লাভ কৰেঃ ১০৬
(মৰিগাঁও জিলাৰ পঞ্চায়ত নিৰ্বাচনত ২৫জন প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে।)