মৰিগাঁও বিজেপিত তীব্ৰ খহনীয়া।মৰিগাঁও গাঁও পঞ্চায়তৰ ৫০০ কৰ্মীৰ দলত্যাগ।বিজেপি আৰু জাতীয় ঐক্য মঞ্চৰ মিত্ৰতাক লৈ ক্ষোভ দলীয় কৰ্মীৰ।পঞ্চায়ত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰোৱাৰ হুংকাৰ দলত্যাগ কৰা কৰ্মীৰ।