মৰিগাঁৱত অসম বন্ধৰ প্ৰভাৱ।পুৱাই ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ।কৃষক মুক্তি সংগ্রাম সমিতিৰ সমৰ্থকে জ্বলালে টায়াৰ।বন্ধৰ সমৰ্থকে বাৰপূজীয়া আৰু গলচেপাত বন্ধ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্রতিবাদ।বন্ধ আছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।