- মৰিগাঁৱৰ এগৰাকী ৬০ বছৰীয়া বৃদ্ধৰ আত্মহত্যা।
- বিদেশী ন্যায়াধীকৰণত চলি থকা গোচৰৰ বাবে আত্মহত্যা কৰাৰ সন্দেহ বৃদ্ধগৰাকীয়ে।
- ব্যক্তিগৰাকীৰ নাম মানিক দাস বুলি জানিব পৰা গৈছে।
- এনআৰচিত নামত থকাৰ স্বত্তেও বিদেশী বুলি নাম সাঙোৰ খোৱাৰ অভিযোগ।
- বৃদ্ধগৰাকীয়ে গোচৰ চলি থকাৰ মাজতে আত্মহননৰ পথ বাচি লোৱাক লৈ সৃষ্টি চাঞ্চল্য।