ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত।মৰিয়নীটো দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলাই আহিছে বন্যহস্তীয়ে।শুকুৰবাৰে নিশা মৰিয়নীত বন্যহস্তীয়ে প্ৰাণ ল'লে এজন লোকৰ।বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকজনৰ নাম শংকৰ কৰ্মকাৰ।হাতীয়ে গচকি নিহত কৰে তেওঁক।