- বিজেপিৰে মিত্ৰতাৰ বিৰুদ্ধে এজন অগপ কৰ্মীৰ প্ৰতিবাদ।
- যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰ্মীগৰাকীৰ।
- অগপ কৰ্মী মন্টু দত্তই সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।
- মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতি।
- কিছুদিন পূৰ্বে অগপৰ আমবাৰীৰ কাৰ্যালয়ত তলা ওলমাইছিল মন্টু দত্ত।
- মণ্টু দত্তৰ এই আকস্মিক প্ৰতিবাদত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।