অসম

মানকাচৰত ধুমুহাৰ তাণ্ডৱ… VIDEO

asomiyapratidin
  • মানকাচৰৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ।
  • অসম-মেঘালয় সীমান্তবৰ্তী ৰাঙাপানীত অৰ্ধ শতাধিক লোকৰ ঘৰ, বিদ্যালয়, দোকান ঘৰ ভাঙিল ধুমুহাত।
  • নিশা প্ৰায় ১০ বজাত জিলা খনৰ বিভিন্ন ঠাই চলাই ধুমুহাৰ তাণ্ডৱ।
  • বিস্তৰভাবে ক্ষতিগ্ৰস্ত হৈছে ৰাঙাপানী।