অসম

পূৰ্বে সংগ্ৰহ কৰা নমুনাৰ ফলাফল নাহিল! মানকাচৰত কোৰোনাত আক্ৰান্তৰ সন্দেহত শুকুৰবাৰে পুনৰ একে ব্যক্তিৰ নমুনা সংগ্ৰহ

asomiyapratidin
  • ৪ দিন পূৰ্বে আইছ'লেশ্যনত ৰখা মানকাচাৰ দক্ষিণ শালমাৰাৰ লোকৰ তেজৰ নমুনা পঠিওৱা হৈছে গুৱাহাটীলৈ।
  • ১ এপ্ৰিলতো পঠিওৱা হৈছিল এই নমুনা।
  • পনৰ শুকুৰবাৰে নমুনা প্ৰেৰণ কৰা হৈছে।
  • মুঠ ৮ জনৰ তেজৰ নমুনা পঠিওৱা হৈছে।
  • কিন্তু ৰহস্যজনকভাৱে আজিলৈ এটাও ফলাফল নাহিল।
  • বৃহস্পতিবাৰে বিয়লি ফলাফল অহাৰ কথা আছিল।
  • বৰ্তমানলৈকে নাহিল ফলাফল।
  • ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে।
  • মানকাচৰৰ ব্যক্তি কেইজনৰ কিয় তেজৰ ফলাফল অহা নাই সেই বিষয়ত জিলা প্ৰশাসনো অৱগত নহয়।