অসম

মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী ঠাকৰানবাৰীত নবজাতকৰ মৃতদেহ উদ্ধাৰ

asomiyapratidin
  • মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী ঠাকৰানবাৰীত নবজাতকৰ মৃতদেহ উদ্ধাৰ।
  • দলং এখনৰ তলত উদ্ধাৰ হৈছে মৃতদেহটি।
  • কোনো অচিনাক্ত লোকে পেলাই থৈ যোৱাৰ সন্দেহ।
  • আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে মৃতদেহটি।