মঙলদৈৰ আৰেঙত পথ দুৰ্ঘটনা।বৃহস্পতিবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।পথৰ কাষত সংকটজনক অৱস্থাত উদ্ধাৰ স্কুটী আৰোহীক।আহত লোকজনক তীৰ্থ চহৰীয়া বুলি চিনাক্ত।গুৰুতৰভাবে আহত চহৰীয়াক চিকিৎসালয়ত ভৰ্তি।প্রাথমিক চিকিৎসাৰ অন্তত চহৰীয়াক মৃত ঘোষণা চিকিৎসকৰ।