অসম

বৃহস্পতিবাৰ নিশা বোকাখাত কুৰুৱাবাহীৰ পত্নী হত্যাৰ ঘটনা...

Asomiya Pratidin
  • বৃহস্পতিবাৰ নিশা বোকাখাত কুৰুৱাবাহীৰ পত্নী হত্যাৰ ঘটনা।

  • পত্নী হত্যাকাৰী মানস গাংগুলীৰ আত্মসমৰ্পন।

  • বোকাখাত আৰক্ষী থানাত নিশা আত্মসমৰ্পন কৰে হত্যাকাৰী মানস গাংগুলীয়ে।

  • বৃহস্পতিবাৰে নিশা হত্যাকাণ্ডৰ পাছত পলায়ন কৰিছিল মানস গাংগুলীয়ে।

  • আত্মসমৰ্পনৰ পাছতে বোকাখাত আৰক্ষী থানা উত্তাল কৰে স্থানীয় মহিলাই।

  • হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবীত এই প্ৰতিবাদ স্থানীয় মহিলাৰ।